ଅର୍ଥ : যʼত শিল আছে
							ଉଦାହରଣ : 
							মন্দিৰলৈ যোৱা এইটোৱেই একমাত্র শিলৰ পথ
							
ସମକକ୍ଷ : অশ্বময়, প্রস্তৰ নির্মিত, প্রস্তৰময়, প্রাস্তৰিক, শিলৰ, শৈল, শৈলময়
ଅର୍ଥ : যʼত শিল থাকে
							ଉଦାହରଣ : 
							মায়ে শিলযুক্ত চাউলবোৰ বাচি আছে  শিলাময় ভূমিত খোজকাঢ়ি থাকোতে ভৰিটো পিচলি গʼল
							
ସମକକ୍ଷ : শিলযুক্ত
ଅର୍ଥ : শিলৰ বা শিল সম্বন্ধীয়
							ଉଦାହରଣ : 
							শিলাময় ক্ষেত্রত খনন কৰা বৰ কঠিন