ଅର୍ଥ : শাৰীৰিক বা মানসিক বেদনা দি ব্যাকুল কৰা
							ଉଦାହରଣ : 
							ৰজাই যুদ্ধ-বন্দীসকলক বহুত শাস্তি দিলে
							
ସମକକ୍ଷ : কষ্ট দিয়া, যাতনা দিয়া
ଅର୍ଥ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
							ଉଦାହରଣ : 
							বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
							
ସମକକ୍ଷ : উৎপীড়ন কৰা, কষ্ট দিয়া, জ্বলোৱা, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া
ଅର୍ଥ : অপৰাধীক ্ তেওঁৰ ্ অপৰাধৰ ফলস্বৰূপে দিয়া শাস্তি, ঘটোৱা আর্থিক হানি আদি কার্য
							ଉଦାହରଣ : 
							হত্যাৰ অপৰাধত ন্যায়াধীশে শ্যামক আজীৱন কাৰাদণ্ড দিলে
							
ସମକକ୍ଷ : দণ্ড দিয়া