ଅର୍ଥ : মানি লোৱা
							ଉଦାହରଣ : 
							ঠেহ পতা ৰাণীয়ে মানিলে
							
ଅର୍ଥ : কাৰোবাৰ প্রতি আদৰৰ ভাব ৰখা
							ଉଦାହରଣ : 
							মই তেখেতক বহুত মানো
							
ଅର୍ଥ : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা
							ଉଦାହରଣ : 
							মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ
							
ସମକକ୍ଷ : মানি লোৱা, স্বীকাৰ কৰা
ଅର୍ଥ : ধর্মীয় দৃষ্টিৰে কোনো কথাৰ ওপৰত শ্রদ্ধা বা দৃষ্টি ৰখা
							ଉଦାହରଣ : 
							মই নিৰাকাৰ ঈশ্বৰক মানো
							
ଅର୍ଥ : মহত্ত্ব বুজি পোৱা
							ଉଦାହରଣ : 
							এতিয়া মানিবই লাগিব যে তুমি গার্হস্থ্য-বিজ্ঞানৰ অভিজ্ঞ লোক