ଅର୍ଥ : পৰিশ্রম কৰাৰ বিনিময়ত বা পাৰিতোষিক হিচাপে দিয়া বিশেষ ধন
							ଉଦାହରଣ : 
							উচিত পাৰিশ্রমিক নোপোৱাৰ কাৰণে শ্রমিকে হৰতাল কৰি আছে
							
ସମକକ୍ଷ : পাৰিশ্রমিক
ଅର୍ଥ : মজদুৰে পোৱা পাৰিশ্রমিক
							ଉଦାହରଣ : 
							তেওঁ প্রতিদিন এশ টকা মজুৰি লয়
							
ଅର୍ଥ : পাৰিশ্রমিকৰ দান
							ଉଦାହରଣ : 
							ঠিকাদাৰে খান্তাটোৰ মজুৰি এহেজাৰ টকা বিচাৰিছে
							
ସମକକ୍ଷ : পাৰিশ্রমিক, বানচ