ଅର୍ଥ : পানী বা কোনো তৰল পদার্থৰ ্সহায়ত কোনো বস্তু মোলায়ম কৰা
							ଉଦାହରଣ : 
							কুমাৰে কলহ বনাবৰ কাৰণে মাটি তিয়াই আছে
							
ସମକକ୍ଷ : তিওৱা
ଅର୍ଥ : কোনো বস্তুক পানী বা কোনো তৰল পদার্থত সিক্ত হʼবলৈ ডুবাই ৰখা
							ଉଦାହରଣ : 
							ৰাতিপুৱা খাবলৈ মায়ে সদায় বুট তিয়াই থয়
							
ସମକକ୍ଷ : তিওৱা, তিয়াই থোৱা