ଅର୍ଥ : কোনো বিষয়ত কিবা কোৱা
							ଉଦାହରଣ : 
							আজি আচার্যই হিন্দু সংস্কৃতিৰ ওপৰত নিজৰ বক্তব্য ৰাখিলে
							
ସମକକ୍ଷ : বক্তব্য দিয়া, বক্তব্য ৰখা, বক্তৃতা দিয়া
ଅର୍ଥ : সভা আদিত শ্রোতাসকলৰ সন্মুখত কোনো বিষয়ে নিজৰ ভাব ব্যক্ত কৰা
							ଉଦାହରଣ : 
							মুখ্য অতিথিয়ে অনুশাসনৰ মহত্ত্ব সম্পর্কত ভাষণ দিলে
							
ସମକକ୍ଷ : কথা কোৱা, বক্তব্য ৰখা