ଅର୍ଥ : কোনো বিষয়ত মনেৰে বিচাৰ কৰা বা মগজুৰ খটুৱা কার্য
							ଉଦାହରଣ : 
							এই প্রশ্নটো সমাধান কৰিবলৈ মই বহুত চিন্তা কৰিলো, কিন্তু কৃতকার্য নহʼলো  তেওঁ দিনটো বহি বহি কি ভাবি থাকে গম নাপাওঁ
							
ସମକକ୍ଷ : চিন্তা কৰা, ভবা
ଅର୍ଥ : কোনো বিষয় বা কার্যৰ সিদ্ধি সম্বন্ধে মনত বাৰে-বাৰে বিচাৰ কৰা
							ଉଦାହରଣ : 
							সকলো ভাল হʼব আপুনি কিয় চিন্তা কৰি আছে
							
ସମକକ୍ଷ : চিন্তা কৰা