ଅର୍ଥ : বেলাৰুচৰ নিবাসী
							ଉଦାହରଣ : 
							সেই বেলাৰুচিয়ানজনে নিজৰ দেশৰ বিষয়ে বহুখিনি কৈছিল
							
ସମକକ୍ଷ : বেলাৰুচ-বাসী, বেলাৰুচবাসী
ଅର୍ଥ : বেলাৰুচৰ লোকসকলৰ ভাষা
							ଉଦାହରଣ : 
							বেলাৰুচত বেলাৰুচিয়ানৰ বাহিৰেও ৰাছিয়ানো কয়
							
ସମକକ୍ଷ : বেলাৰুচিয়ান ভাষা
ଅର୍ଥ : বেলাৰুচৰ বা বেলাৰুচ সম্বন্ধী
							ଉଦାହରଣ : 
							তেওঁ ্বেলাৰুচিয়ান সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰিছে
							
ଅର୍ଥ : বেলাৰুচিয়ান ভাষাৰ বা বেলাৰুচিয়ান ভাষা সম্বন্ধী
							ଉଦାହରଣ : 
							লিখকসকলৰ মাজত সেই বেলাৰুচিয়ান লিখনিটোৰ বহুত চর্চা হৈছিল