ଅର୍ଥ : যিজন ব্যক্তিৰ অৱস্থা ষাঠি বছৰৰ ্উর্ধত হৈছে
							ଉଦାହରଣ : 
							আমাৰ বুঢ়াবোৰৰ খবৰ ৰাখোতা ইয়াত কোনো নাই
							
ସମକକ୍ଷ : বুঢ়া, বৃদ্ধ পুৰুষ
ଅର୍ଥ : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি বেছি বয়সীয়া
							ଉଦାହରଣ : 
							বুঢ়া মানুহক ইয়াত বিনামূলীয়াকৈ সেৱা আগবঢ়োৱা হয়
							
ସମକକ୍ଷ : বুঢ়া, বুঢ়া মানুহ, বৃদ্ধ লোক, বয়সীয়া মানুহ, বয়োবৃদ্ধ