ଅର୍ଥ : বিপদ বা কষ্টত পৰিবলৈ নিদিয়া কার্য
							ଉଦାହରଣ : 
							চকীদাৰজনে গাঁওবাসীক চোৰৰ পৰা বচালে
							
ସମକକ୍ଷ : ৰক্ষা কৰা
ଅର୍ଥ : সৰি পৰাৰ পৰা ৰক্ষা কৰা কার্য
							ଉଦାହରଣ : 
							তৃতীয় লক্ষ্যৰ পৰা পৰিবলৈ ধৰা লʼৰাটোক এজন যুৱকে বচালে
							
ଅର୍ଥ : বাচিবৰ কাৰণে ঠাই দিয়া বা ৰক্ষা পাবলৈ প্রবৃত্ত কৰা
							ଉଦାହରଣ : 
							আকবৰে ফাটেহপুৰ সিকৰীক বচাইছিল
							
ଅର୍ଥ : কামত অহা বা খৰচ হোৱাৰ পৰা ৰখোৱা
							ଉଦାହରଣ : 
							মনোহৰে কৃপণালী কৰি বহুত পইচা বচালে