ଅର୍ଥ : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন
							ଉଦାହରଣ : 
							অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে
							
ସମକକ୍ଷ : জাল
ଅର୍ଥ : এক প্রকাৰৰ নিগনি ধৰা সজা
							ଉଦାହରଣ : 
							নিগনি ধৰা ফান্দত এটা নিগনি পৰিল
							
ସମକକ୍ଷ : নিগনি ধৰা ফান্দ, নিগনি মৰা ফান্দ
ଅର୍ଥ : ৰচী, তাৰ আদিৰ এনে এক পাশ যʼত পৰিলে জীব বান্ধ খাই পৰে আৰু বান্ধোন টান হৈ গʼলে মৰিবও পাৰে
							ଉଦାହରଣ : 
							চিকাৰীয়ে শহাটোক ফান্দত পেলালে
							
ସମକକ୍ଷ : পাশ