ଅର୍ଥ : কোনো মূলানুগত সত্যৰ আধাৰত প্রমাণিত কৰিবৰ কাৰণে লোৱা সিদ্ধান্ত
							ଉଦାହରଣ : 
							তেওঁৰ গৱেষণা কর্মৰ সৈতে সম্বন্ধিত ১২০টা প্রমেয় আছে
							
ଅର୍ଥ : যি প্রমাণৰ বিষয় হʼব পাৰে
							ଉଦାହରଣ : 
							প্রমেয় বস্তুবোৰক সযতনে ৰখাটো আৱশ্যকীয়
							
ଅର୍ଥ : যি জুখিব পাৰি
							ଉଦାହରଣ : 
							তেওঁ প্রমেয় পদার্থৰ সূচী তৈয়াৰ কৰিলে
							
ଅର୍ଥ : যি সিদ্ধ কৰিব লাগে
							ଉଦାହରଣ : 
							গণিতজ্ঞই প্রমেয় সূত্রবোৰ বুজালে