ଅର୍ଥ : কোনো কথা আদিৰ ্সন্দর্ভত সিদ্ধান্ত লোৱা বা নি্র্ণয় ্কৰা
							ଉଦାହରଣ : 
							ককাদেউতাই কাজিয়া নিষ্পত্তি কৰিছে
							
ସମକକ୍ଷ : সমাধান কৰা
ଅର୍ଥ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
							ଉଦାହରଣ : 
							এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
							
ସମକକ୍ଷ : কৰা, ঠিক কৰা, শেষ কৰা, সম্পাদন কৰা