ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজনৰ বল বা শক্তি নাই
ଉଦାହରଣ : তেওঁ কেৱল দুর্বলসকলকহে হেঁচি ধৰে
ସମକକ୍ଷ : কমজোৰ
ଅର୍ଥ : বল বা শক্তিহীন
ଉଦାହରଣ : দুর্বল ব্যক্তিৰ ওপৰত অত্যাচাৰ কৰিব নালাগে
ସମକକ୍ଷ : কাহিল, প্রাণশক্তিহীন, বলহীন, শক্তিহীন
ଅର୍ଥ : কোনো গুণ, যোগ্যতা, কৌশল আদিত কম
ଉଦାହରଣ : তেওঁ গণিতত ্দুর্বল ্ছাত্রসকলক পঢ়াই আছে
ସଂସ୍ଥାପନ କରନ୍ତୁ