ଅର୍ଥ : বহু প্রাচীনকালৰ পৰা দক্ষিণ ভাৰত আৰু শ্রীলংকাত তামিলসকলে কৈ অহা এক দ্রাবিড় ভাষা
							ଉଦାହରଣ : 
							তেওঁলোক দুজনে তামিলত কথা পাতি আছে
							
ସମକକ୍ଷ : তামিল ভাষা
ଅର୍ଥ : তামিলনাডুৰ নিবাসী
							ଉଦାହରଣ : 
							ভালেমান তামিল মোৰ ভাল বন্ধু
							
ଅର୍ଥ : তামিল ভাষাৰ সৈতে সম্বন্ধ থকা বা তামিল ভাষাৰ
							ଉଦାହରଣ : 
							তামিল সাহিত্য বহুত উন্নত
							
ଅର୍ଥ : তামিলনাডুৰ সৈতে সম্বন্ধ থকা
							ଉଦାହରଣ : 
							বুৰঞ্জীবিদসকলে তামিল সভ্যতা আৰু সংস্কৃতিক ভাৰতবর্ষৰ ্আটাইতকৈ পুৰণি সংস্কৃতি হিচাপে গণ্য কৰে
							
ଅର୍ଥ : তামিলনাডুত থকা বা বসতি কৰা
							ଉଦାହରଣ : 
							তামিল লোকসকলে পুঙ্গল বৰ উলহ-মালহেৰে পালন কৰে