ଅର୍ଥ : চাৰিওফালে আন্ধাৰেৰে আৱৰি ধৰা কৃষ্ণপক্ষৰ ৰাতি
							ଉଦାହରଣ : 
							ঘৰত ৰত্নাৱলীক নাপাই তুলসীদাসে আন্ধাৰ ৰাতিতে ঘৰৰ পৰা ওলাই গʼল
							
ସମକକ୍ଷ : অন্ধতমস, আন্ধাৰ ৰাতি, এন্ধাৰ ৰাতি, গাঢ় অন্ধকাৰ, ঘনান্ধকাৰ, ঘিটঘিটীয়া আন্ধাৰ, ঘিটমিটীয়া আন্ধাৰ, ঘোৰ অন্ধকাৰ, ঘোৰ এন্ধাৰ, ডাঠ এন্ধাৰ, নিবিড় অন্ধকাৰ