ଅର୍ଥ : কোনো বস্তুৰ আন কোনো বস্তু বা স্থান আদিত সহজে ওলাব নোৱাৰাকৈ সোমাই ধৰা
							ଉଦାହରଣ : 
							উৰণাখন কাঁইটত জোঁট লাগি গʼল
							
ଅର୍ଥ : যিটোত মেৰ-পেচত লাগিছে
							ଉଦାହରଣ : 
							তেওঁ খেলি-মেলি লগা কামটো ঠিক কৰিবলৈ চেষ্টা কৰি আছে
							
ସମକକ୍ଷ : আউল লগা, খেলি-মেলি লগা, জেং লগা