ଅର୍ଥ : বিপদ বা সংকট থকা কাম বা আয়োজন
							ଉଦାହରଣ : 
							হত্যাকাৰীৰ ওচৰ পাবলৈ তেওঁ এক জুৱা খেলিলে
							
ଅର୍ଥ : বাজী লগাই খেলা হৰা-জিকা একপ্রকাৰৰ খেল
							ଉଦାହରଣ : 
							পাণ্ডৱে দ্রৌপদীক জুৱাত হাৰিছিল
							
ସମକକ୍ଷ : জুৱাখেল, দ্যুত ক্রীড়া