ଅର୍ଥ : ঘৰৰ আগফাল, মাজভাগ বা পাছফালে থকা আহল-বহল মুকলি অংশ:লʼৰা-ছোৱালীবোৰে চোতালত খেলি আছে
							ଉଦାହରଣ : 
							
							
ସମକକ୍ଷ : অংগন, আঙ্গিনা, প্রাঙ্গন, মুক্তাঙ্গন
ଅର୍ଥ : কোনো ভৱন আদিৰ মাজত বা আগফাল বা পিছফালে থকা মুকলি ঠাই বিশেষ
							ଉଦାହରଣ : 
							ছিৰি সাজিবৰ কাৰণে নতুন ভৱনটোত চোতাল ৰাখি থোৱা হৈছে