ଅର୍ଥ : তৰল পদার্থ ্ভৰাবৰ কাৰণে কোনো জোঙা পাত্রৰ মুখত সুমুৱাই লোৱা উপকৰণ বিশেষ
							ଉଦାହରଣ : 
							তেল যাতে তলত নপৰে তাৰ কাৰণে পাত্রটোৰ মুখত চুপি লগোৱা হʼল
							
ଅର୍ଥ : ধাতু, প্লাষ্টিক আদিৰে তৈয়াৰ কৰা শঙ্কু আকৃতিৰ এবিধ বস্তু যাৰ জোঙা অংশত এটা সৰু নলী থাকে
							ଉଦାହରଣ : 
							দোকানীজনে চুপিটোৰে বটলত তেল ভৰাই আছে