ଅର୍ଥ : কোনো ব্যক্তি, বস্তু আদিৰ সৈতে পূর্ব পৰিচিত হোৱা
							ଉଦାହରଣ : 
							মই তেওঁক দহ বছৰৰ ্পৰা জানোঁ
							
ସମକକ୍ଷ : জনা
ଅର୍ଥ : জ্ঞানেন্দ্রিয়ৰ পৰা বোধ জন্মা কার্য
							ଉଦାହରଣ : 
							অন্ধ মহিলাগৰকীয়ে মাত শুনিয়েই নিজৰ লʼৰাটোক চিনি পালে
							
ଅର୍ଥ : কোনো বস্তু অথবা ব্যক্তিক দেখাৰ লগে-লগেই তেওঁ ্কোন হয় চিনি লোৱা
							ଉଦାହରଣ : 
							মই তেওঁক প্রথমৰ ্পৰাই চিনি পাইছিলোঁ
							
ସମକକ୍ଷ : জনা