ଅର୍ଥ : গণিতত এটা সংখ্যাৰে আন এটা সংখ্যাৰ বৃদ্ধি কৰা কার্য
							ଉଦାହରଣ : 
							দুই আৰু দুই পূৰণ কৰিলে গুণফল চাৰি পোৱা যায়
							
ସମକକ୍ଷ : পূৰণ
ଅର୍ଥ : ধনুত লগোৱা একপ্রকাৰৰ ৰচী যাৰ সহায়ত দূৰলৈ কাঁড় নিক্ষেপ কৰিব পাৰি
							ଉଦାହରଣ : 
							তেওঁ ধনুত গুণ লগাই আছে
							
ସମକକ୍ଷ : গুণা
ଅର୍ଥ : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়
							ଉଦାହରଣ : 
							সকলো বস্তুৰে কিছুমান লক্ষণ থাকে
							
ସମକକ୍ଷ : লক্ষণ