ଅର୍ଥ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
							ଉଦାହରଣ : 
							চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
							
ସମକକ୍ଷ : অননুমোদিত, অস্বীকৃত, নামঞ্জুৰ, প্রত্যাখ্যাত
ଅର୍ଥ : এৰা বা ত্যাগ কৰা বা পৃথক কৰা
							ଉଦାହରଣ : 
							সমাজৰ পৰা বহিষ্কৃত কৰা মানুহৰ ঘৰৰ লগত কোনো লোকে সম্পর্ক ্বজাই ৰাখিব নিবিচাৰে
							
ସମକକ୍ଷ : বহিষ্কৃত
ଅର୍ଥ : বাহিৰ কৰা বা উলিয়াই পঠিওৱা
							ଉଦାହରଣ : 
							প্রতিযোগিতাৰ পৰা বহিষ্কৃত খেলুৱৈসকলে কৈফিয়ৎ  দিয়াৰ কাৰণে আৰু এবাৰ সুযোগ প্রদান কৰা হʼব
							
ସମକକ୍ଷ : বহিষ্কৃত