ଅର୍ଥ : বতাহত উৰিবলে প্রবৃত্ত কৰা বা এনে কিবা কৰা যাৰ দ্বাৰা বতাহত উৰে
							ଉଦାହରଣ : 
							প্রধান আচার্যই ্পতাকা উৰাই আছে
							
ଅର୍ଥ : আনৰ হতুৱাই উৰা
							ଉଦାହରଣ : 
							গোমধান খায় থকা চৰাইবোৰক খেতিয়কজনে লʼৰাটোৰ হতুৱাই উৰুৱালে
							
ଅର୍ଥ : বতাহত ওপৰলৈ উঠা
							ଉଦାହରଣ : 
							লʼৰা-ছোৱালীবোৰে চাদৰ ওপৰত চিলা উৰুৱাইছে