ଅର୍ଥ : যি আশংকাৰে ভৰা বা যাৰ আশংকা আছে
							ଉଦାହରଣ : 
							তেওঁ এই ্ কামটোক লৈ শংকিত
							
ସମକକ୍ଷ : আশংকাপূর্ণ, আশঙ্কিত, শংকাজনক, শংকাপূর্ণ, শংকিত, শঙ্কাজনক, শঙ্কিত, সশংকিত, সশঙ্কিত, ্আশঙ্কাপূর্ণ, ্শঙ্কাপূর্ণ
ଅର୍ଥ : যাৰ শংকা বা সন্দেহ হৈছে
							ଉଦାହରଣ : 
							শংকিত ব্যক্তিয়ে সন্দেহৰ দৃষ্টিৰে সকলো বস্তুকে চায়
							
ସମକକ୍ଷ : শংকিত, সন্দেহযুক্ত