ଅର୍ଥ : সন্মুখৰ ফাল
							ଉଦାହରଣ : 
							তেওঁ ্ লাহে লাহে আগলৈ গৈ আছে
							
ସମକକ୍ଷ : আগপিনে, আগফাললৈ, আগফালে, মুখৰ ফালে, সন্মুখলৈ, সন্মুখৰ দিশে, সন্মুখৰ ফালে
ଅର୍ଥ : আগত আহিবলগীয়া সময়
							ଉଦାହରଣ : 
							ভৱিষ্যতে কাৰ কি হʼবলগা আছে কোনেও নাজানে
							
ସମକକ୍ଷ : ভৱিষ্যত কালত, ভৱিষ্যতে
ଅର୍ଥ : ঠিক এই সময়ৰ পিছৰ পৰাই
							ଉଦାହରଣ : 
							আজিৰ পৰা এনে ভুল আগলৈ নকৰিবা