ଅର୍ଥ : কাম-বনত উৎসাহ নেদেখুওৱাজন
							ଉଦାହରଣ : 
							কোম্পানীয়ে অনুৎসাহী ব্যক্তিক বাহিৰ কৰি দিলে
							
ଅର୍ଥ : যʼত উৎসাহ বা স্ফূর্তি নাই
							ଉଦାହରଣ : 
							স্ফূর্তিহীন খেলুৱৈক দলৰ পৰা বাহিৰ কৰি দিয়া হʼল
							
ସମକକ୍ଷ : উদ্যমহীন, উৎসাহহীন, নিৰুৎসাহিত, নিৰুৎসাহী, স্ফূর্তিহীন