ଅର୍ଥ : স্পেইনৰ লোকৰ ভাষা
							ଉଦାହରଣ : 
							ৰণবীৰে ইংৰাজী, স্পেনিছ আৰু ফ্রেন্স ভাষা কʼব পাৰে
							
ସମକକ୍ଷ : স্পেনিছ ভাষা
ଅର୍ଥ : স্পেইনৰ অধিবাসী
							ଉଦାହରଣ : 
							তেওঁ এজন স্পেনিছৰ লগত ্দুর্ব্যৱহাৰ কৰিলে
							
ସମକକ୍ଷ : স্পেইনবাসী, স্পেইনী