ଅର୍ଥ : নিজৰ লাভৰ বাবে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থকা ব্যক্তি
							ଉଦାହରଣ : 
							আজিকালি সুবিধাবাদীসকলৰহে সন্মান আছে
							
ସମକକ୍ଷ : সুযোগ-সন্ধানী
ଅର୍ଥ : সুবিধাবাদ সম্বন্ধীয়
							ଉଦାହରଣ : 
							সুবিধাবাদী ব্যক্তিয়েহে উন্নতি কৰে
							
ଅର୍ଥ : যিয়ে নিজৰ লাভালাভৰ কাৰণে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থাকে
							ଉଦାହରଣ : 
							সুবিধাবাদী ব্যক্তি বিশ্বাসৰ পাত্র নহয়