ଅର୍ଥ : উপৰুৱাকৈ কৰা শৃংগাৰ
							ଉଦାହରଣ : 
							শীলাই কʼৰবালৈ যোৱাৰ আগতে ঘণ্টা ধৰি সাজন-কাচন কৰে
							
ସମକକ୍ଷ : সাজন-কাচন
ଅର୍ଥ : সাজ-সজ্জা কৰা বা সজ্জিত হোৱা কার্য
							ଉଦାହରଣ : 
							বেছিভাগ মহিলাই সাজোন-কাচোন কৰিহে ঘৰৰ পৰা বাহিৰলৈ ওলায়  মোৰ সাজোন-কাচোন কৰি ভাল নালাগে
							
ସମକକ୍ଷ : সাজ-সজ্জা
ଅର୍ଥ : যি সাজ-সজ্জা কৰিছে
							ଉଦାହରଣ : 
							সমাৰোহলৈ উপস্থিত প্রত্যেক ব্যক্তিয়ে সাজোন-কাচোন কৰি আহিছিল