ଅର୍ଥ : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
							ଉଦାହରଣ : 
							কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
							
ସମକକ୍ଷ : মিশ্রণ
ଅର୍ଥ : ঔষধ তৈয়াৰ কৰিবৰ বাবে বহুতো ঔষধক একেলগে মিলেৱা কার্য
							ଉଦାହରଣ : 
							কবিৰাজে সংমিশ্রণ বনোৱাত লাগি আছে
							
ଅର୍ଥ : মিহলি হোৱা কার্য
							ଉଦାହରଣ : 
							ভালেমান ঔষধিৰ সংমিশ্রণত ছ্যবনপ্রাছ তৈয়াৰ কৰা হয়