ଅର୍ଥ : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া
							ଉଦାହରଣ : 
							তেওঁ বিচনাত চাদৰখন মেলি দিলে
							
ସମକକ୍ଷ : পাৰি দিয়া, বিস্তাৰ কৰা, মেলা
ଅର୍ଥ : কোনো বস্তুৰ প্রসাৰিতকৰণ
							ଉଦାହରଣ : 
							তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
							
ସମକକ୍ଷ : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলা