ଅର୍ଥ : যি যন্ত্রৰ দ্বাৰা ঘৰলৈ অহা পানী জোখা হয়
							ଉଦାହରଣ : 
							টেংকীটোৰ মিটাৰটো বেয়া গৈ গʼল
							
ଅର୍ଥ : দৈর্ঘ্য জোখাৰ এক মাপ
							ଉଦାହରଣ : 
							কুর্তা চিলাবৰ কাৰণে আঢ়ৈ মিটাৰ কাপোৰ লাগিব
							
ଅର୍ଥ : ঘৰ বা কাৰখানা আদিত ব্যয় হোৱা বিজুলী জুখিব কাৰণে ব্যৱহাৰ কৰা যন্ত্রবিশেষ
							ଉଦାହରଣ : 
							মোৰ ঘৰত দুটা মিটাৰ লগোৱা আছে
							
ଅର୍ଥ : যি যন্ত্রৰ সহায়ত গতিশীল বস্তুৰ গতি জোখা হয়
							ଉଦାହରଣ : 
							এই গাড়ীখনৰ মিটাৰটোৱে কাম কৰা নাই
							
ସମକକ୍ଷ : গতিমাপক, স্পীডোমিটাৰ