ଅର୍ଥ : কোনো বিষয়ত মনেৰে বিচাৰ কৰা বা মগজুৰ খটুৱা কার্য
							ଉଦାହରଣ : 
							এই প্রশ্নটো সমাধান কৰিবলৈ মই বহুত চিন্তা কৰিলো, কিন্তু কৃতকার্য নহʼলো  তেওঁ দিনটো বহি বহি কি ভাবি থাকে গম নাপাওঁ
							
ସମକକ୍ଷ : চিন্তা কৰা, ভাবি থকা
ଅର୍ଥ : কোনো কথা বা কামত নিজকে নিজে আনৰ তুলনাত শ্রেষ্ঠ বুলি অনুভৱ কৰা
							ଉଦାହରଣ : 
							সি নিজকে নিজে বহুত কিবা বুলি ভাবে