ଅର୍ଥ : বহুত কথা কʼব পৰাজন
							ଉଦାହରଣ : 
							প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
							
ସମକକ୍ଷ : অতিভাষী, কথকী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকপটু, বাকসর্বস্ব, বৰকথকী, মুখসর্বস্ব
ଅର୍ଥ : যিজনে জোখতকৈ বঢ়াই কথা কয়
							ଉଦାହରଣ : 
							মই বৰকথীয়া মানুহ ভাল নাপাও