ଅର୍ଥ : পৰোক্ষ ৰূপত কাৰোবাক শুনাবৰ কাৰণে জোৰেৰে কোনো ব্যঙ্গাত্মক কথা কোৱা
							ଉଦାହରଣ : 
							তেওঁ ্ঠাট্টা কৰা অভ্যাসৰ পৰা আঁতৰি নাহে
							
ସମକକ୍ଷ : ঠাট্টা কৰা, বিদ্রূপ কৰা
ଅର୍ଥ : কাৰোবাক আমনি, দুখী বা নীচ বুলি প্রতিপন্ন কৰাৰ কাৰণে কোৱা কোনো কথা যাক স্পষ্টভাৱে নকʼলেও উক্ত ধৰণৰ অভিপ্রায় প্রকাশ পায়
							ଉଦାହରଣ : 
							মোহনৰ কৃপণালিক শ্যামে ব্যঙ্গ কৰিলে
							
ସମକକ୍ଷ : ঠাট্টা কৰা