ଅର୍ଥ : নিজক কৰা উপকাৰ মানি লোৱা লোক
							ଉଦାହରଣ : 
							আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
							
ସମକକ୍ଷ : কৃতজ্ঞ, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য
ଅର୍ଥ : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
							ଉଦାହରଣ : 
							আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
							
ସମକକ୍ଷ : কৃতকৃত্য, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য