ଅର୍ଥ : যিজনে কাৰোবাৰ প্রতীক্ষা কৰে
							ଉଦାହରଣ : 
							প্রতীক্ষক সকলে দুঘণ্টা ধৰি নেতাজীৰ অপেক্ষা কৰিলে
							
ସମକକ୍ଷ : অপেক্ষক
ଅର୍ଥ : প্রতীক্ষা কৰোতা
							ଉଦାହରଣ : 
							প্রতীক্ষাৰত ব্যক্তিজনে এঘণ্টা আপোনাৰ প্রতীক্ষা কৰি গুচি গʼল
							
ସମକକ୍ଷ : অপেক্ষাৰত, প্রতীক্ষাৰত