ଅର୍ଥ : নেপালৰ নিবাসী
							ଉଦାହରଣ : 
							তেওঁ এজন ্নেপালীক নিজৰ ঘৰৰ চোৱা-চিতাৰ কাৰণে ৰাখিছে
							
ସମକକ୍ଷ : নেপাল বাসী, নেপাল-বাসী
ଅର୍ଥ : নেপাল দেশৰ সৈতে সম্বন্ধ থকা
							ଉଦାହରଣ : 
							ৰমেশে নেপালী টুপি পিন্ধি আছে
							
ଅର୍ଥ : নেপালী ভাষাৰ বা নেপালী ভাষাৰ সৈতে সম্বন্ধ থকা
							ଉଦାହରଣ : 
							তেওঁৰ ্নেপালী নাটকৰ এটা প্রতিলিপি মোৰ ওচৰতো আছে
							
ଅର୍ଥ : নেপালত থকা বা বসতি কৰা
							ଉଦାହରଣ : 
							তেওঁ এজনী নেপালী ছোৱালী বিয়া কৰিলে