ଅର୍ଥ : বৰষুণৰ পানী বৈ অহা জলপথ
							ଉଦାହରଣ : 
							একেৰাহে বৰষুণ হোৱাৰ কাৰণে নলাবোৰ ওপচি পৰিছে
							
ସମକକ୍ଷ : নলা-নর্দ্্মা
ଅର୍ଥ : যি নলীৰে লেতেৰা পানী আদি বৈ যায়
							ଉଦାହରଣ : 
							ঘৰৰ নর্দ্্মাৰ পৰা ওলোৱা পানী গৈ বাটত একগোট হʼলে বেমাৰৰ উৎপন্ন হʼব পাৰে
							
ସମକକ୍ଷ : নর্দ্্মা
ଅର୍ଥ : যাৰ মাজেদি বৰষুণৰ পানী বা ময়লা যুক্ত পানী বৈ যায়
							ଉଦାହରଣ : 
							এই নলাটোৰ পানী চহৰৰ দূৰৈৰ এখন নদীত গৈ পৰিছে
							
ସମକକ୍ଷ : নলা-নর্দ্্মা