ଅର୍ଥ : উপনয়ণ সংস্কাৰৰ পিছত ব্রাহ্মণ বা ক্ষত্রিয় লʼৰাই ধাৰণ কৰা পবিত্র সূতাৰ এক ৰূপ
							ଉଦାହରଣ : 
							পণ্ডিতজনে মোটা লগুণ পিন্ধি আছিল
							
ସମକକ୍ଷ : ব্রহ্মসূত্র, লগুণ
ଅର୍ଥ : কোনো নির্দিষ্ট মানৰ বস্তুৰ তাৰ সমপৰিমাণৰ আঠগুণ অধিক পৰিমাণ
							ଉଦାହରଣ : 
							নৰ নগুণ একাশী
							
ଅର୍ଥ : যিমান হয় তাতকৈ আঠবাৰ আৰু অধিক
							ଉଦାହରଣ : 
							অন্যান্য খাদ্যবস্তুৰ তুলনাত এই খাদ্যখিনিৰ পৰা নগুণ অধিক লৌহ পদার্থ ্লাভ হয়