ଅର୍ଥ : সাগৰৰ জলভাগ উঠা-নমা কৰা কার্য
							ଉଦାହରଣ : 
							জোৱাৰ-ভাটাত নাওবোৰ টুলুং-ভুটুং কৰে
							
ସମକକ୍ଷ : জোৱাৰ-ভাটা, ভাটা
ଅର୍ଥ : চন্দ্র আৰু সূর্যৰ আকর্ষণত ওফন্দি উঠা সাগৰ বা নৈৰ মুখৰ পৰা উজাই অহা বাঢ়নী পানী:সাগৰপৃষ্ঠত সমানে সমানে জোৱাৰ আৰু ভাটা অহা-যোৱা কৰি থাকে
							ଉଦାହରଣ : 
							
							
ଅର୍ଥ : এবিধ শস্য
							ଉଦାହରଣ : 
							জোৱাৰ, বাজৰা আদি মুখ্য অন্নৰ অন্তর্গত