ଅର୍ଥ : কোনো বাজনা আদিৰ মুখত চামৰা আদি লগোৱা
							ଉଦାହରଣ : 
							তেওঁ ্ঢোলকটোত নতুন চামৰা চৰোৱাইছে
							
ଅର୍ଥ : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা
							ଉଦାହରଣ : 
							সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে
							
ସମକକ୍ଷ : চৰা
ଅର୍ଥ : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা
							ଉଦାହରଣ : 
							বীণাখনৰ তাঁৰবোৰ টনা হৈছে  ঢোলৰ বৰতি চৰোৱা হৈছে
							
ସମକକ୍ଷ : টনা
ଅର୍ଥ : চেতাৰ, ঢোল আদিৰ ৰছি বা তাঁৰ কচি বন্ধা
							ଉଦାହରଣ : 
							ঢোলবাদকে ঢোল চৰাইছে
							
ଅର୍ଥ : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
							ଉଦାହରଣ : 
							সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
							
ସମକକ୍ଷ : অভিলেপ কৰা, লগোৱা