ଅର୍ଥ : যি স্থানত পহৰা দিবৰ কাৰণে চিপাহী থাকে
							ଉଦାହରଣ : 
							আজি চহৰৰ এটা পহৰা চকীত গাঞ্জাভর্তি ট্রাক ধৰা পৰিল
							
ସମକକ୍ଷ : পহৰা চকী
ଅର୍ଥ : প্ৰাচীন কালত পথৰ দাতিত থকা সেই বিশিষ্ট স্থান যʼত যাত্ৰাৰ ঘোঁৰা, হৰকৰা বা আৰোহীসকলক সলোৱা হয়
							ଉଦାହରଣ : 
							যাত্ৰা আৰামদায়ক কৰিবৰ কাৰণে ঠায়ে-ঠায়ে ডাক-চকী বনোৱা হৈছিল
							
ସମକକ୍ଷ : ডাক-চকী
ଅର୍ଥ : যি ঠাইত বাহিৰৰ পৰা অহা বা বাহিৰলৈ যোৱা মালবস্তু আদিৰ ওপৰত লগোৱা কৰ লোৱাৰ কাৰণে কিছুমান মানুহ থাকে
							ଉଦାହରଣ : 
							আমি চকীত দুশটকা দিবলগীয়া হʼল
							
ସମକକ୍ଷ : উপশুল্ক সংগ্রহ চকী
ଅର୍ଥ : পিছ অংশত ্ আঁউজিবৰ বাবে সুবিধা থকা এক প্রকাৰ বহা আসন
							ଉଦାହରଣ : 
							দেউতাই চকীত বহিত বাতৰি কাকত পঢ়ি আছে
							
ସମକକ୍ଷ : মাচিয়া