ଅର୍ଥ : এনে কোনো কাম যাৰ কাৰণে সন্মুখৰজন ক্রোধিত হয়
							ଉଦାହରଣ : 
							তেওঁৰ ্অদৰকাৰী কথাই মোক ক্রোধিত কৰি তোলে
							
ସମକକ୍ଷ : ক্রুব্ধ কৰা, ক্রোধিত কৰা
ଅର୍ଥ : কাৰোবাক আমনি দি থকা
							ଉଦାହରଣ : 
							কৃষ্ণই গোপীসকলক আমনি কৰি আছিল
							
ସମକକ୍ଷ : আমনি কৰা, দিগদাৰী কৰা, দিগদাৰী দিয়া