ଅର୍ଥ : যি আঘাত পাইছে
							ଉଦାହରଣ : 
							আঘাতপ্রাপ্তসকলক হস্পিতালত ভর্তি কৰোৱা হৈছে
							
ସମକକ୍ଷ : আঘাতপ্রাপ্ত, আঘাতপ্রাপ্ত লোক, আহত ব্যক্তি, জখমী
ଅର୍ଥ : যিজনক জখমী কৰা হৈছে
							ଉଦାହରଣ : 
							বাটৰুৱাজনে আহত ব্যক্তিজনক হস্পিটেললৈ নিলে
							
ଅର୍ଥ : যি আঘাত পাইছে
							ଉଦାହରଣ : 
							ৰেল দুর্ঘটন্াত আহত লোকসকলক প্রাথমিক চিকিৎসাৰ পিছত ্ তেওঁলোকৰ গন্তব্য স্থানত থৈ অহা হʼল
							
ସମକକ୍ଷ : আঘাত পোৱা, আঘাতপ্রাপ্ত, ক্ষত, ক্ষত-বিক্ষত, জখমী