ଅର୍ଥ : যি পোনপটীয়া বা স্পষ্টভাৱে সন্মুখলৈ নাহি অকোৱা-পকোৱাকৈ বা অন্য ফালেদি আহে
							ଉଦାହରଣ : 
							সেই কামটো কৰিবৰ কাৰণে মই পৰোক্ষ পন্থা হাতত লʼব লাগিব
							
ସମକକ୍ଷ : পৰোক্ষ
ଅର୍ଥ : ইন্দ্রিয়ৰ দ্বাৰা জ্ঞান বা অনুভৱ নোহোৱা
							ଉଦାହରଣ : 
							ঈশ্বৰ ইন্দ্রিয়াতীত
							
ସମକକ୍ଷ : অতিন্দ্রিয়, অলৌকিক, ইন্দ্রিয়গোচৰ, ইন্দ্রিয়াতীত, দেহাতীত, পৰোক্ষ