ଅର୍ଥ : * শক্তি বা বলৰ দ্বাৰা নিজৰ অধিকাৰলৈ অনা
							ଉଦାହରଣ : 
							সেনাই দুর্গটোক অধীন কৰিলে
							
ସମକକ୍ଷ : অধিকাৰলৈ অনা, কাবু কৰা
ଅର୍ଥ : কাৰোবাক নিজৰ বশলৈ অনা
							ଉଦାହରଣ : 
							ইংৰাজসকলে পোনপ্রথমে ভাৰতৰ সৰু সৰু ৰাজ্যবোৰক নিজৰ অধীন কৰিছিল
							
ସମକକ୍ଷ : আজ্ঞাবাহী কৰা, বশ কৰা, বশীভূত কৰা, বশৱর্তী কৰা
ଅର୍ଥ : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা
							ଉଦାହରଣ : 
							মই এই কামটো আপোনাক অর্পণ কৰিছোঁ
							
ସମକକ୍ଷ : অর্পণ ্কৰা