ଅର୍ଥ : যিটো খণ্ড বা ভাগ কৰা হোৱা নাই
							ଉଦାହରଣ : 
							ভাৰতবর্ষই অখণ্ডিত হীৰাৰ আমদানি কৰে
							
ଅର୍ଥ : যিটো কটা বা খণ্ডিত কৰা হোৱা নাই
							ଉଦାହରଣ : 
							ভিক্ষাৰীয়ে নকটা আঙুলিটোত পট্টী বান্ধি থৈছে
							
ସମକକ୍ଷ : নকটা
ଅର୍ଥ : যাক কাটিব পৰা নাযায় বা খণ্ডন কৰিব নোৱাৰি
							ଉଦାହରଣ : 
							আপোনাৰ যুক্তি অকাট্য
							
ସମକକ୍ଷ : অকাট্য, অখণ্ডনীয়, পানী নসৰকা