सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : উদ্ভিদ আদিৰ ৰোপন কার্য
उदाहरण : মালীয়ে টাবত গোলাপৰ কলম লগালে
पर्यायवाची : লগোৱা
अर्थ : কোনো কথাৰ সূত্রপাত ঘটোৱা
उदाहरण : বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে
पर्यायवाची : ৰোৱা
अर्थ : ৰোপন কৰাৰ কাম হোৱা
उदाहरण : পথাৰত ৰোপন কৰা হৈছে
अर्थ : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য
उदाहरण : খেতিয়কে খেতিপথাৰত ধান ৰুইছে
इंस्टॉल करें